Modern Assamese Synonyms | আধুনিক অসমীয়া সমাৰ্থক শব্

Modern Assamese Synonyms | আধুনিক অসমীয়া সমাৰ্থক শব্
Modern Assamese Synonyms | আধুনিক অসমীয়া সমাৰ্থক শব্দ
Enchanted Forest Book

অসমীয়া সমাৰ্থক শব্দ

A Modern Collection of Assamese Synonyms

অগ্নি

জুই, অনল, বহ্নি, পাৱক, হুতাশন, শिखা

অনুৰাগ

প্ৰেম, আসক্তি, চেনেহ, ভালপোৱা, মৰম

অসুৰ

দৈত্য, দানৱ, দেৱাৰি

অন্ধকাৰ

আন্ধাৰ, তমঃ, তিমিৰ, নিশি

অমৃত

সুধা, অমিয়, পীযূষ

অৰণ্য

বন, হাবি, জংগল, কানন

অর্থ

ধন, টকা, পইচা, বিত্ত, বিভৱ, সম্পদ, বৈভৱ

অলংকাৰ

গহনা, আ-অলংকাৰ, সাজ, বিভূষণ

অশ্ব

ঘোঁৰা, হয়, ঘোটক, তুৰংগ

অসুখ

ৰোগ, বেমাৰ, ব্যাধি, নৰিয়া

অন্ত

শেষ, অৱসান, সমাপ্তি, মৃত্যু

অধিকাৰ

দাবী, স্বত্ব, হক, আয়ত্ত

আকাশ

গগন, ব্যোম, অম্বর, নীলিমা, শূণ্য, নভ

আনন্দ

সুখ, হৰ্ষ, উল্লাস, আমোদ, ৰং, সন্তোষ

আত্মীয়

কুটুম, সম্বন্ধীয়, জ্ঞাতি, স্বজন

আদৰ্শ

চানেকি, আৰ্হি, নমুনা

আশ্চৰ্য

বিস্ময়, আচৰিত, চমক

আস্থা

বিশ্বাস, ভৰসা, প্ৰত্যয়

ই/ঈ

ইচ্ছা

আকাংক্ষা, অভিলাষ, কামনা, বাঞ্ছা, স্পৃহা, হেঁপাহ

ঈশ্বৰ

ভগৱান, প্ৰভু, পৰমেশ্বৰ, বিধি, বিধাতা, জগদীশ, ঈশ

উ/ঊ

উত্তম

শ্ৰেষ্ঠ, উৎকৃষ্ট, ভাল, সুন্দৰ

উজু

সৰল, সহজ

উপহাৰ

পুৰস্কাৰ, ভেটি, বঁটা, सौगात

কপাল

ভাগ্য, ললাট, ভাল, নিয়তি, প্রাক্তন

কাপোৰ

বস্ত্ৰ, বসন, বাস, অম্বৰ, অচ্ছাদন

কিতাপ

পুথি, গ্ৰন্থ, পুস্তক

কথা

বাক্য, বচন, উক্তি, মাত, শব্দ

কুসুম

ফুল, পুষ্প, প্ৰসুন

কন্যা

জীয়াৰী, দুহিতা, তনয়া, ছোৱালী

চ/ছ

চকু

নয়ন, নেত্র, লোচন, অক্ষি, আঁখি

চন্দ্র

জোন, জোনবাই, শশী, শশধৰ, নিশাকৰ, সুধাকৰ, চন্দ্ৰমা

চাকৰ

দাস, ভৃত্য, বন্দী, গোলাম

চৰাই

পক্ষী, বিহগ, বিহংগ, খেচৰ

ছাত্র

শিষ্য, শিক্ষাৰ্থী, পঢ়ুৱৈ

Student, Pupil

প/ফ

পৃথিৱী

ধৰা, ধৰণী, ধৰিত্ৰী, বসুন্ধৰা, বসুমতী, ভূ, মহী, মেদিনী

পদুম

পদ্ম, কমল, শতদল, পংকজ, সৰোজ, অৰবিন্দ, নলিনী

পর্বত

পাহাৰ, গিৰি, শৈল, অচল, অদ্ৰি

পণ্ডিত

বিদ্বান, বিজ্ঞ, জ্ঞানী, মনীষী, সুধী

পতি

স্বামী, নাথ, ভর্তা, কান্ত, গিৰিহঁত

ৰজা

নৃপতি, ভূপতি, মহীপাল, নৰপতি, নৰেশ্বৰ, ক্ষিতিপাল

ৰাতি

নিশা, ৰজনী, যামিনী, বিভাৱৰী, ক্ষণদা

সূৰ্য

বেলি, ৰবি, ভানু, ভাস্কৰ, দিনকৰ, দিবাকৰ, প্রভাকৰ, আদিত্য

স্বর্ণ

সোণ, সুৱৰ্ণ, কাঞ্চন, হেম

সাপ

সৰ্প, ফণী, নাগ, অহি, ভুজংগ

হাতী

গজ, হস্তী, কৰী, ঐৰাৱত, মাতংগ, দ্বিপ, কুঞ্জৰ

হিয়া

হৃদয়, বুকু, অন্তৰ, মন

হাত

কৰ, পাণি, বাহু

About the Author

I’m Bedanga Sharma, a passionate blogger and freelance designer. My work spans platforms like Indie Neewz ,Ad Grail and EduSharma, where I write about tech news, education, and finance. I aim to deliver insightful and engaging content that keeps rea…

إرسال تعليق

Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.